অভিনেত্ৰী দীপিকা পাডুকনে নিৰ্মাণ কৰিব 'মহাভাৰত':অভিনয় কৰিব  দ্ৰৌপদীৰ চৰিত্ৰত

Pic

জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে নিৰ্মাণ কৰিব মহাভাৰতৰ আধাৰত এখন হিন্দী ছবি।ছবিখনৰ কাহিনী দ্ৰৌপদীৰ দৃষ্টিত মহাভাৰত।ছবিখন দুটা ভাগত নিৰ্মাণ কৰা হ'ব।উল্লেখ্য যে ছবিখনত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব
 দীপিকাই নিজেই।দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰাটো যথেষ্ট আনন্দৰ আৰু সন্মানৰ কথা বুলি দীপিকাই উল্লেখ কৰিছে।ছবিখনৰ প্ৰথম ভাগটোৱে ২০২১ চনত মুক্তি লাভ কৰিব।ছবিখনৰ আন এগৰাকী প্ৰযোজক মধু মন্টেনা।

Your Comments