চাইকেলেৰে আহি ভোট দিলে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে

Pic

মঙলবাৰে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণত চাইকেলত উঠি আহি ভোট দিলে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে।পৰিৱেশ-পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাৰ্তা প্ৰেৰণৰ বাবেই তেওঁ এনেদৰে আহি ভোট দিলে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী খট্টৰে।তেওঁ লগতে কয় যে কংগ্ৰেছে এই নিৰ্বাচনত ইতিমধ্যে পৰাস্ত হোৱা যুঁজ এখনত অৱতীৰ্ণ হৈছে।ইফালে,ট্ৰেক্টৰত উঠি আহি ভোট দিয়ে 'জননায়ক জনতা পাৰ্টি'ৰ নেতা দুষ্যন্ত চৌতালাই।

Your Comments