ভাৰতীয় মূলৰ অভিজিত বেনাৰ্জীলৈ অৰ্থনীতিৰ নোবেল বঁটা

Abhijit

চলিত বছৰৰ অৰ্থশাস্ত্ৰৰ নোবেল বঁটা প্ৰদান কৰা হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ নিৱাসী ভাৰতীয় মূলৰ অধ্যাপক অভিজিত বিনায়ক বেনাৰ্জীক।লগতে তেওঁৰ সৈতে অর্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে এষ্ঠৰ ডুফল' আৰু মাইকেল ক্রেমাৰক।বিশ্বজুৰি দৰিদ্ৰতা হ্ৰাস কৰাৰ সন্দৰ্ভত অধ্যয়ন কৰাৰ বাবে বেনাৰ্জীৰ সৈতে তেওঁৰ পত্নী এষ্ঠৰ ডুফল', মাইকেল ক্রেমাৰক নোবেল প্ৰদান কৰা হৈছে।উল্লেখ্য যে বেনাৰ্জীৰ অধ্যয়নৰ বাবে ভাৰতবৰ্ষত ৫০ লাখ শিশুক দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা উৰ্ধলৈ নিব পৰা হৈছে।
 

Your Comments