দিছপুৰ ছুপাৰ মাৰ্কেটত আৰম্ভ হেল্থ ডি এন এৰ সেৱা : ঔষধৰ হ'ম ডেলিভাৰীও উপলব্ধ

দিছপুৰ ছুপাৰ মাৰ্কেটত আৰম্ভ হেল্থ ডি এন এৰ সেৱা : ঔষধৰ হ'ম ডেলিভাৰীও উপলব্ধ

হেল্থ ডি এন এয়ে ইয়াৰ বিভিন্ন সেৱাসমূহ দিছপুৰ ছুপাৰ মাৰ্কেটস্থিত কাৰ্যালয়ত আাৰম্ভ কৰিছে৷ এতিয়াৰে পৰা দেশৰ বিভিন্ন ঠাইত অৱস্থিত চিকিৎসালয় যেনে মণিপাল হস্পিটেল- দিল্লী, মেডাণ্টা হস্পিটেল- দিল্লী, নানাৱতী হস্পিটেলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসকৰ সেৱা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে লাভ কৰিব পাৰিব৷

দিছপুৰ১ছুপাৰ১মাৰ্কেটত১আৰম্ভ১হেল্থ১ডি১এন১এৰ১সেৱা১ো১ঔষধৰ১হ'ম১ডেলিভাৰীও১উপলব্ধ

কেৱল দেশৰে নহয়, বিশ্বৰ অন্যান্য প্ৰান্তৰ চিকিৎসকৰ সেৱাও ইয়াত উপলব্ধ হ’ব৷ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল হেল্থ ডি এন এয়ে এতিয়াৰে পৰা সকলোধৰণৰ ঔষধৰ ক্ষেত্ৰত সৰ্বাধিক ১০% পৰ্যন্ত ৰেহাই আগবঢ়োৱাৰ লগতে হ'ম ডেলিভাৰী সেৱাও আগবঢ়াইছে৷ ন্যূনতম ১০০ টকাৰ পৰা ঔষধৰ এই হ'ম ডেলিভাৰী সেৱা লাভ কৰিব পাৰিব৷

Your Comments