তিনিজন ভাৰতীয়ৰ গ্ৰন্থই স্থান পালে 'নিউয়ৰ্ক টাইমছ'ৰ শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকাত

NT

প্ৰসিদ্ধ মাৰ্কিন বাতৰি কাকত নিউয়ৰ্ক টাইমছে বছৰটোৰ এশখন শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা তৈয়াৰ কৰিছে।এই তালিকাখন প্ৰস্তুত কৰা গ্ৰন্থ সমালোচকসকলে গদ্য সাহিত্যৰ গ্ৰন্থসমূহ পৰ্যালোচনা কৰি তালিকাখন প্ৰস্তুত কৰিছে।

Writer

উল্লেখযোগ্য যে এই তালিকাখনত সন্নিৱিষ্ট হৈছে তিনিখন ভাৰতীয় লেখকৰ গ্ৰন্থ ৷ তাৰ ভিতৰত আছে মেঘা মজুমদাৰৰ 'এ বাৰ্নিং', কেৰালাৰ দীপা অনাপ্পাৰ "ডিজিং পেট্ৰ’ল অন দা পাৰ্পল লাইন" আৰু সামন্ত সুব্ৰমনিয়ামৰ "এ ডমিনেণ্ট কেৰেক্টাৰ : দা ৰেডিকেল চাইণ্স এণ্ড ৰেষ্টলেচ্‌ পলিটিক্স অফ্‌ জে বি এছ হলডেন"৷

Your Comments