২০ অক্টোবৰ হৈছে বিশ্ব পৰিসংখ্যা দিৱস

WSD

বিশ্ব পৰিসংখ্যা দিৱস হৈছে পৰিসংখ্যাৰ তাৎপৰ্যক সন্মান জনাই উদযাপন কৰা এটা আন্তৰ্জাতিক দিৱস ৷ ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা আয়োগে সৃষ্টি কৰা দিৱস এই বিশ্ব পৰিসংখ্যা দিৱস ৷

১৯১০চনৰ ২০অক্টোবৰ তাৰিখে প্ৰথমবাৰৰ বাবে এই দিৱসটো পালন কৰা হৈছিল ৷ তাৰ পিছত প্ৰত্যেক পাঁচ বছৰৰ ব্যৱধানত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰি আহিছে ৷

২০১০ চনলৈকে বিশ্বৰ ১০৩খন দেশে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন কৰিছিল দেশসমূহে নিৰ্দিষ্ট কৰি লোৱা তাৰিখত।ভাৰতবৰ্ষত ২৯জুন তাৰিখটো ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰে মহান পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহালানবিচৰ জন্মদিনটোত ৷

Your Comments