ক'ত চলিছে 'লাউডস্পীকাৰ এণ্ড মটৰবাইক স্কুল' ?

Special School

ক’ভিড মহামাৰীৰ বাবে বিগত প্ৰায় ৮ মাহ ধৰি বিদ্যালয়সমূহ বন্ধ হৈ আছে ৷ কিছু কিছু ঠাইত আংশিকভাৱে বিদ্যালয়সমূহ মুকলি কৰিছে যদিও নিয়মিত ৰূপত নহয়।

Special School

এই সময়চোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে অন্‌লাইন শ্ৰেণীকে ধৰি বহু ধৰণৰ কাৰ্যসূচী হাতত লৈছে বিদ্যালয় কৰ্তৃপক্ষই।পিছে চট্টিশগড়, গুজৰাট আদি ৰাজ্যৰ কিছুমান স্থানত এটা অভিনৱ উপায়েৰে শিক্ষাদান কৰা হৈছে ৷এই ঠাইসমূহত  শিক্ষকসকলে 'লাউডস্পীকাৰ এণ্ড মটৰ বাইক স্কুল' আৰম্ভ কৰিছে,য'ত শিক্ষকসকলে নিজৰ মটৰ বাইকত এটা লাউডস্পীকাৰ সংযোগ কৰি চলন্ত অৱস্থাত শিক্ষাদান কৰিছে।

Your Comments