ইতিহাসত আজিৰ দিনটো...

UN

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০০৯চনত অক্টোবৰৰ ১৩ তাৰিখ দিনটো আন্তৰ্জাতিক দুৰ্যোগ হ্ৰাস দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

২০০৯চনৰ পূৰ্বে ২০০২চনত বাৰ্ষিকভাৱে এই দিনটোত দুৰ্যোগ হ্ৰাস এটা বিশ্ব সংস্কৃতি হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।য’ত দুৰ্যোগ হ্ৰাস, প্ৰতিৰোধ, দুৰ্যোগৰ পূৰ্বৰ প্ৰস্তুতি আদি সকলোবোৰ অন্তৰ্গত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷

Your Comments