সাৱধান হ’বৰ হ’ল অন্‌লাইন ক্ৰেতাসকল।কিয়?

Amazon

যোৱা বৃহস্পতিবাৰে ই-কমাৰ্চ সংস্থাৰপৰা প্ৰকাশ কৰা তথ্য অনুসৰি মাৰ্চ মাহৰ পৰা চলন্ত মাহৰ ভিতৰত অন্‌লইন ব্যৱসায়িক গোষ্ঠী এমাজনৰ বিশ্বজুৰি প্ৰায় ১৯,৮০০ কৰ্মী ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰ পৰিমাণ বাঢ়ি আছে দৈনিক ৷

Amazon

পৃথিৱীৰ বহু দেশব্যাপী ব্যৱসায় কৰি থকা এই অন্‌লাইন ব্যৱসায়িক গোষ্ঠীটোৱে ইয়াৰ কৰ্মীসকলৰ জীৱন সংকটত পেলাইছে বুলি অভিযোগ কৰি একাংশ কৰ্মী, ই-কমাৰ্চ সংস্থাই কয় যে ক’ভিড-১৯ৰ নিয়মাৱলী মানি চলিবৰ বাবে কৰ্মীসকলক উপযুক্তভাৱে সজাগ কৰা নাই এমাজনে ৷

Amazon

আনহাতে,এমাজন কৰ্তৃপক্ষৰ ভাষ্য অনুসৰি আশা কৰাতকৈ অতি কম সংখ্যক কৰ্মীহে।এই ৰোগত আক্ৰান্ত হৈছে আৰু লগতে প্ৰকাশ কৰে যে ল’ব লগা স্বাস্থ্য সুৰক্ষাৰ ব্যৱস্থাও লোৱা হৈছে ৷

এতিয়া প্ৰশ্ন উঠিছে যে এই অন্‌লাইন ব্যৱসায়ৰ যোগেদি কৰ্মীসকলৰ লগতে ক্ৰেতাসকলৰ জীৱনো সংকটত পৰিব নেকি!

Your Comments