প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক জিএমচিএইচৰ আইচিইউত ভৰ্তি

Tarun Gogoi

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অসুস্থ।তৎকালীনভাৱে ভৰ্তি কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।আইচিইউত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

উল্লেখ যে কিছুদিনৰ পূৰ্বে ক'ৰ'নামুক্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।ঘৰতে থকা অৱস্থাতে পুনৰ অসুুুস্থ হয় গগৈ।

Your Comments