ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী

DU

শডিব্ৰুগড় বিশ্ববিদ্যালয়ে স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী।কলা,বিজ্ঞান আৰু বাণিজ্যক শাখাৰ ষষ্ঠ ষান্মাষিকৰ পৰীক্ষাসমূহ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে আয়োজিত হ'ব।উল্লেখ যে এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জাৰি কৰিব নিয়মাৱলী।

DU

ইয়াৰ উপৰিও বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত স্নাতক মধ্যৱৰ্তী ষান্মাষিক আৰু স্নাতকোত্তৰ মধ্যৱৰ্তী চূড়ান্ত ষান্মাষিকৰ পৰীক্ষাৰ মাচুল ৫৫% হ্ৰাস কৰা হৈছে।

Your Comments