এটা মাহৰ ভিতৰত পুনৰ এছআই পৰীক্ষা,প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ বাবে চিআইডিত গোচৰ ৰুজু

Letter

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্তৰ বাবে চিআইডিত ৰুজু কৰা হৈছে গোচৰ।প্ৰশ্ন কাকত ফাদিলৰ পিছতে বাতিল কৰা হৈছিল পৰীক্ষা।পুনৰ এমাহৰ ভিতৰতে আকৌ দিন ঘোষণা কৰি আয়োজিত হ'ব পৰীক্ষা।কোনো মাচুল দিব নালাগে পৰীক্ষাৰ্থীয়ে।এই কথা জনালে অসম আৰক্ষীয়ে।

উল্লেখ্য যে সমগ্ৰ ৰাজ্যত ৫৯৭টা পদৰ  বাবে ৯৪ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।মুঠ ১৫৪টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা।

Your Comments