প্ৰৱল বৃষ্টিপাত,কৃত্ৰিম বানত হাবু-ডুবু মায়ানগৰী মুম্বাইৰ

Mumbai Rain

প্ৰৱল বৃষ্টিপাতৰ বাবে কৃত্ৰিম বানত বুৰ গৈছে মায়ানগৰী মুম্বাই।বুধবাৰৰ পৰা হোৱা মুষলধাৰ বৰষুণত জলমগ্ন হৈ পৰিছে মুম্বাইৰ বিস্তীৰ্ণ এলেকা।ইয়াৰ বাবে মহানগৰখনৰ যাতায়ত ব্যৱস্থা বাধাগ্ৰস্ত হৈছে।ইফালে,বৃহস্পতিবাৰৰ দুপৰীয়া সমুদ্ৰত সৃষ্টি হোৱা বিশাল ঢৌৱে খুন্দিয়াবলৈ ধৰে মুম্বাইৰ মেৰিন ড্ৰাইভৰ উপকূল।পৰিস্থিতিলৈ লক্ষ্য ৰাখি প্ৰশাসনে নাগৰিকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিছে।

Your Comments