কমল কুমাৰ মেধি প্ৰদেশ কংগ্ৰেছৰ আৰটিআই বিভাগৰ অধ্যক্ষ নিযুক্ত

Kamal Kumar Medhi

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিক দলৰ নতুন দায়িত্ব।

Pic

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আইন,মানৱ অধিকাৰ আৰু আৰটিআই বিভাগৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ বিবেক তাংখাই মেধিক অসম প্ৰদেশ কংগ্ৰেছৰ আৰটিআই বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছে।

Your Comments