বিজেপিত যোগ নিদিয়ে বুলি স্পষ্ট কৰিলে শচীন পাইলটে

Sachin Pilot

ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰত বিদ্ৰোহ কৰা উপ-মুখ্যমন্ত্ৰী তথা ৰাজস্থান কংগ্ৰেছৰ অধ্যক্ষ শচীন পাইলটক উল্লিখিত দুয়োটা পদৰ পৰা বৰ্খাস্ত কৰা হৈছে।ইয়াৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত পাইলটে কয় যে তেওঁ বিজেপিত যোগ নিদিয়ে।বিজেপিৰ সৈতে পাইলট লগ হৈ ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰ ওফৰোৱাৰ চেষ্টা কৰা বুলি হোৱা চৰ্চা সন্দৰ্ভত ৪২ বছৰীয়া যুৱনেতাজনে কয় যে এনে চৰ্চা সমূলি ভিত্তিহীন।

Your Comments