সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

Sambardhana

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই,:

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কাথপাৰ আঞ্চলিক সমিতিৰ উদ্যোগত গাঁওখনৰ ২০গৰাকী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে অভিনন্দন জনোৱা হয়।অঞ্চলটোৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন-পত্ৰ, বহী,কলম,ফাইলকভাৰ আদি প্ৰদানেৰে আদৰণি জনোৱা হয়।

Pic

উক্ত অনুষ্ঠানত জিলা শিক্ষা সম্পাদক তনুজ তন্ময় গগৈ,জিলা উপ-সভাপতি মনদ্বীপ নেওগ,আঞ্চলিক সমিতিৰ সভাপতি নৱজ্যোতি নেওগ,সম্পাদক সোমেন দুৱৰা,শিক্ষা সম্পাদক পংকজ নেওগ,সদস্য সুমন চুতীয়া,ক্ৰীড়া সম্পাদক অভিনৱ চুতীয়া,পানবেচা আঞ্চলিক সমিতিৰ দয়াশীল গগৈ উপস্থিত থাকে।

Your Comments