ভাৰতত 'টিকটক' নিষিদ্ধ কৰাৰ বাবে গৰাকী চীনা কোম্পানী 'বাইটডান্স'ৰ ৬ বিলিয়ন ডলাৰৰ লোকচান

Tiktok ban

'টিকটক'কে ধৰি ৫৯টা এপ ভাৰত চৰকাৰে নিষিদ্ধ কৰাৰ পিছত এতিয়া এই এপসমূহৰ স্বত্বাধিকাৰী কোম্পানীসমূহ গুৰুতৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে।চীনৰ চৰকাৰী সংবাদপত্ৰ গ্লোবেল টাইমছে উল্লেখ কৰিছে যে ভাৰতত টিকটক নিষিদ্ধ কৰাৰ বাবে 'টিকটক'ৰ গৰাকী 'বাইটডান্স' কোম্পানীৰ ৬ বিলিয়ন ডলাৰৰ আৰ্থিক ক্ষতি হৈছে।ইয়াৰ অৰ্থ এইটোয়ে যে গণতন্ত্ৰবিৰোধী ৰাষ্ট্ৰ চীনক আৰ্থিক ক্ষতিসাধন কৰাৰ লক্ষ্য পূৰণ হ'বলৈ আৰম্ভ হৈছে।

Your Comments