'১৫ দিনৰ ভিতৰত চৰকাৰে প্ৰৱাসী শ্ৰমিকসকলক নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক'-উচ্চতম ন্যায়ালয়

Labour

'লকডাউন'ৰ সময়ত প্ৰৱাসী শ্ৰমিকসকলে নিজ নিজ ঘৰলৈ যোৱাৰ ক্ষেত্ৰত অবৰ্ণনীয় কষ্টৰ সন্মুখীন হৈছে।শুকুৰবাৰে প্ৰৱাসী শ্ৰমিকসকলৰ বিষয়টোত উচ্চতম ন্যায়ালয়ত শুনানি হয়।এই শুনানিত প্ৰৱাসী শ্ৰমিকসকলক ১৫ দিনৰ ভিতৰত নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশ প্ৰদান কৰিছে।

Your Comments