মুম্বাইত 'নিসৰ্গ' ঘূৰ্ণি ধুমুহাৰ তাণ্ডৱ:ব্যাপক ক্ষতি 

Pic

'নিসৰ্গ' ঘূৰ্ণি ধুমুহাৰ তাণ্ডৱত মায়ানগৰী মুম্বাইত বিস্তৰ ক্ষতি।বুধবাৰে মুম্বাইত প্ৰৱেশ কৰা ধুমুহাজাকৰ ১০০-১২০ কি মি: প্ৰতি ঘণ্টাৰ বতাহে মহানগৰীখনৰ বহু এলেকাত গছ উভালি পেলায়।পথৰ কাষত থকা গাড়ীৰ ওপৰত গছ উভালি পৰি ধ্বংস হয়।

Pic

মানুহৰ আৱাসৰো ক্ষতি কৰে ধুমুহাজাকে।বৰ্তমান মুম্বাইত প্ৰৱল বৰষুণ দি আছে।কাষৰীয়া আৰৱ সাগৰত উঠিছে ডাঙৰ ঢৌ।

Your Comments