৬ জুনত কেনেকৈ চাব মেট্ৰিকৰ ফলাফল!জানিবলৈ ক্লিক কৰক

Matric Result

'লকডাউন'ৰ মাজতে ছাত্ৰী-ছাত্ৰীৰ বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ৬ জুনত ঘোষণা কৰা হ'ব। ফলাফল ঘোষণাৰ বাবে 'ছেবা'ই যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। 

ইফালে ক'ৰ'না  সংক্ৰমণৰ বাবে ফলাফল এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব অনলাইনৰ জৰিয়তে।ফলাফল লাভৰ বাবে ছেবাই মুকলি কৰিছে ১৪টা ৱেবছাইট। অসম মাধ্যমিক শিক্ষা পৰিষদে মুকলি কৰা
ৱেবছাইটকেইটা হৈছে-  
#sebaonline.org
#resultsassam.nic.ইn
#www.ExamResults.net
#www.IndiaResults.com
#exametc.com
#www.newsnation.net/assam/
#www.newsstate.com
#htts://iresults.net
#AssamJobAlerts.com
#AssamResults.com
#AssamResult.in
#www.results.siksha
#www.assam.siksha
#www.jagranjosh.com


ইয়াৰ উপৰিও মোবাইল এপৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফল।বিশেষ এপ SEBA Results 2020ত লাভ কৰিব পাৰিব ফলাফল।

 গুৰুত্বপূৰ্ণ যে ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ অনলাইনৰ জৰিয়তে লাভ কৰিব মাৰ্কশ্বীট।

Your Comments