ক'ৰোনাৰ প্ৰভাৱ : স্থগিত ৰখা হ'ল বিশ্ব বেডমিণ্টন প্ৰতিযোগিতা

Bedmi

নিউজ ডেক্স:-
স্থগিত ৰখা হ'ল বিশ্ব বেডমিণ্টন প্ৰতিযোগিতা ২০২১।   শুক্ৰবাৰে  এই কথা ঘোষণা  কৰে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচন চমুকৈ BWFয়ে। সম্প্ৰতি সমগ্ৰ বিশ্বতেই চলিছে COVID-19 ভাইৰাচৰ সন্ত্ৰাস।ক'ৰোনা ভাইৰাচৰ এনে কুপ্ৰভাৱৰ বাবে  এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰে  BWFৰ কৰ্তৃপক্ষই। চলিত বৰ্ষৰ আগষ্ট মাহৰ  পৰিৱৰ্তে নৱেম্বৰ মাহৰ ২৯ তাৰিখৰ পৰা ৫ ডিচেম্বৰলৈ স্পেইনৰ কেৰোলিনা মাৰলিন ষ্টেডিয়াম (Carolina Marin Stadium)ত উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব বুলিও জনাই বিশ্ব বেডমিণ্টনৰ শীৰ্ষ সংস্থাটোৱে।

Your Comments