ধোনীয়ে পুনৰ জাতীয় দলত খেলিব পাৰিব বুলি মোৰ মনে নধৰে : নেহেৰা

Nehera

নিউজ ডেক্স:
এজন ভাল উইকেট কিপাৰ হিচাপে মোৰ প্ৰথম পচন্দ হ'ব মহেন্দ্ৰ সিং ধোনী। এই মন্তব্য কৰে বিশ্ব-কাপ বিজয়ী পেচ বলাৰ আশিষ নেহৰাই।নেহৰাৰ বক্তব্য অনুসৰি  ৩৮ বছৰীয়া হ'লেও  উইকেট কিপাৰ হিচাপে ধোনী  এগৰাকী যোগ্য খেলুৱৈ।কিন্তু ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে পুনৰাই আন্ত-ৰাষ্ট্ৰীয় খেলৰ বাবে দলটোত অংশগ্ৰহণ কৰাৰ আশা একেবাৰেই ক্ষীণ বুলিও তেওঁ মত ব্যক্ত কৰে।

Your Comments