'অসম আৰোগ্য নিধি'লৈ নলবাৰী জিলাৰ বৰ নামখলা গাঁও উন্নয়ন সমিতিৰ ১০ হাজাৰ টকাৰ সাহায্য প্ৰদান

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুুঁজ দিয়াৰ বাবে 'অসম আৰোগ্য নিধি'লৈ নলবাৰী জিলাৰ বৰ নামখলা গাওঁ উন্নয়ন সমিতিয়ে বৃহস্পতিবাৰে ১০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰে।ধনখিনি চেন্ট্ৰেল বেংক অব ইণ্ডিয়া,বাহাৰঘাট শাখাৰ জৰিয়তে অৰ্পণ কৰে বুলি গাঁও উন্নয়ন সমিতিৰ সম্পাদক নগেন শৰ্মা আৰু সদস্য ৰাজকমল শৰ্মাই জানিবলৈ দিয়ে।

Your Comments