দেশত আৰোগ্য হ'ল ৪৭৮ গৰাকী ক'ৰ'না ৰোগী

ক'ৰ'না ভাইৰাছক পৰাভূত কৰাটো সম্পূৰ্ণৰূপে সম্ভৱ।ইয়াৰেই প্ৰমাণ দাঙি ধৰিছে ভাৰতত ক'ৰ'না আক্রান্ত হোৱা ৰোগী সকলৰ ৪৭৮ গৰাকী সম্পূৰ্ণ আৰোগ্য হৈ ঘৰলৈ ওভতাটোৱে।উল্লেখ্য যে আৰোগ্য হোৱা লোকৰ ভিতৰত ৮২ বছৰীয়া মহিলাও আছে।

Your Comments