দেশত বৰ্তমানলৈ ১ লাখ ৩০ হাজাৰ লোকৰ ক'ৰ'না পৰীক্ষা কৰা হৈছে-আইচিএমআৰ

বৰ্তমানলৈ দেশত ১ লাখ ৩০ হাজাৰ লোকৰ ক'ৰ'না পৰীক্ষা কৰা হৈছে।ইয়াৰ ভিতৰত ৫,৭৩৪ জন লোকক ক'ৰ'না পজিটিভ অথবা আক্ৰান্ত হিচাপে চিহ্নিত কৰা হৈছে।বুধবাৰে ১৩,১৪৩ টা ক'ৰ'না পৰীক্ষা কৰা হয়।এই বিষয়ে ঘোষণা কৰে 'আইচিএমআৰ'-এ।

Your Comments