ওড়িষাত 'লকডাউন' ৩০ এপ্ৰিললৈ বৃদ্ধি

Pic

ক'ৰ'না সংক্ৰমণ সম্পূৰ্ণভাৱে প্ৰতিহত কৰাৰ লক্ষ্যৰে ওড়িষাই অহা ৩০ এপ্ৰিললৈ বৃদ্ধি কৰিছে 'লকডাউন'।উল্লেখ্য যে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে ওড়িষা।

Your Comments