ক'ৰ'না সংক্ৰমণ:নিজামুদ্দিনৰ তবলিগী জামাতৰ মৰ্কজক নিন্দা মুখ্যমন্ত্ৰী কেজৰিৱালৰ

Pic

দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ মৰ্কজৰ দায়িত্বহীন কৰ্মকাণ্ডৰ নিন্দা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে।উল্লেখ্য যে চৰকাৰী নীতি-নিৰ্দেশনা নামানি মৰ্কজত প্ৰায় ১৫০০ লোক সমৱেত হৈছিল আৰু এই লোকসকলৰ একাংশ লোক ক'ৰ'না ভাইৰাছ আক্ৰান্ত হৈছে।কেইজনমান লোকৰ মৃত্যুও হৈছে।কেজৰিৱালে লগত কয় যে যেতিয়া সকলো মন্দিৰ,মছজিদ বন্ধ আছে,তেতিয়া জামাতৰ এনে কাৰ্য কিয়?

Your Comments