'জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছক বিশ্বাসঘাতকতা কৰিলে'-অধীৰ ৰঞ্জন চৌধুৰী

Pic

জ্যোতিৰাদিত্য সিন্ধিয়াৰ কংগ্ৰেছ ত্যাগৰ সিদ্ধান্তক বিশ্বাসঘাতকতা আখ্যা দিলে লোকসভাত বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে।তেওঁ কয় যে যিটো দলে সিন্ধিয়াক ইমানখিনি দিলে,সেই দলটোকে তেওঁ বিশ্বাসঘাতকতা কৰিলে।চৌধুৰীয়ে লগতে কয় যে সিন্ধিয়া কংগ্ৰেছত ৰজাৰ দৰে আছিল,বিজেপিত গৈ প্ৰজা হৈ থাকিব।

Your Comments