ৰাম মন্দিৰৰ নিৰ্মাণৰ পক্ষত ৰায়দানৰ পিছতেই ৰঞ্জন গগৈৰ বাবে 'জেদ প্লাছ'-ৰ অধিক কটকটীয়া সুৰক্ষা ব্যৱস্থা

Pic

ৰাম মন্দিৰৰ নিৰ্মাণৰ পক্ষত ঐতিহাসিক ৰায়দান কৰাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈৰ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ তৎপৰ হৈ পৰিল কেন্দ্ৰীয় চৰকাৰ।পূৰ্বতে 'জেদ' কেটেগ’ৰিৰ নিৰাপত্তা ব্যৱস্থা আছিল গগৈৰ বাবে।এতিয়া,শনিবাৰৰ পৰা তেওঁক নিৰাপত্তা ব্যৱস্থা 'জেদ প্লাছ'লৈ উন্নীত কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Your Comments