দেশবাসীক শান্তি,সম্প্ৰীতি,ঐক্য অটুট ৰাখিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান:সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰৰ প্ৰতি সম্বোধন

মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অযোধ্যা বিবাদ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ স্বাগতম জনাইছে।এই ৰায়দানক কোনো পক্ষৰ জয়,কোনো পক্ষৰ পৰাজয় হিচাপে নল'বলৈ প্ৰধান মন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনায়।দেশবাসীক শান্তি,সম্প্ৰীতি,একতা অটুট ৰাখিবলৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনায়।

Your Comments