ৰাম মন্দিৰ নিৰ্মাণৰ পক্ষত উচ্চতম ন্যায়ালয়ে দিলে ঐতিহাসিক ৰায়

Pic

উচ্চতম ন্যায়ালয়ে ৰায় দিলে ৰাম মন্দিৰৰ পক্ষে।৫০০ বছৰৰ বিবাদৰ অন্ত।উচ্চতম ন্যায়ালয়ে বিবদমান ভূমি ৰাম জন্মভূমি ন্যাসক প্ৰদান কৰিলে।ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ট্ৰাষ্ট গঠন কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক দিলে উচ্চতম ন্যায়ালয়ে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পথ মুকলি। ছুন্নী ৱাকফ বৰ্ডক মছজিদ নিৰ্মাণৰ বাবে দিয়া হ'ব  ৫ একৰ ভূমি।

Your Comments