ভয়াৱহ বায়ু প্ৰদূষণত দিল্লীত জনতাৰ মাজত অভূতপূৰ্বভাৱে বৃদ্ধি শ্বাসজনিত সমস্যা

Pic

ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে ৰাজধানী দিল্লীত জনস্বাস্থ্য গভীৰ সংকটত।দীপাৱলীৰ পিছত দিল্লী এইমছত শ্বাসজনিত সমস্যাত আক্ৰান্ত হৈ ভৰ্তি হোৱা ৰোগীৰ সংখ্যা ৫ শতাংশ বৃদ্ধি পাইছে।দীপাৱলীৰ পূৰ্বে এইমছৰ জৰুৰীকালীন বিভাগত এটা শ্বিফটত ৫ গৰাকী শ্বাসজনিত ৰোগত ব্যক্তি ভৰ্তি হৈছিল,কিন্তু দীপাৱলীৰ পিছত প্ৰতিটো শ্বিফটত ২৫ গৰাকীতকৈ অধিক ব্যক্তি ভৰ্তি হৈছে।

Your Comments