ৰঙাপৰা সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ 

Bjp

ৰঙাপৰা বিধানসভা সমষ্টি দখল কৰিলে বিজেপিয়ে।বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীক ৫০,১০৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।বৰঠাকুৰৰ বিপুল ভোটৰ ব্যৱধানত জয়লাভৰ পিছত ৰঙাপৰাত বিজেপি কৰ্মী-সদস্যসকলে বিজয় উৎসৱ পালন কৰিছে।

Your Comments