ৰাটাবাৰী সমষ্টি দখল কৰিলে বিজেপিয়ে:বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিলে বিজয় মালাকৰে

Pic

বৰাক উপত্যকাৰ ৰাটাবাৰী বিধানসভা সমষ্টি দখল কৰিছে বিজেপিয়ে।বিজেপি প্ৰাৰ্থী বিজয় মালাকৰে কংগ্ৰেছৰ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰজকক বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰে।মালাকৰে ৰজকক ২৩,৯৮২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।বিজয় মালাকৰে ৬৮,৫১২ টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৪৪,৩৫০ টা ভোট লাভ কৰে।

Your Comments